২৪ বিত্তীয় বৰ্ষৰ প্ৰথম ত্ৰৈমাসিকত টাটা মটৰ্ছ গ্ৰুপৰ গ্লবেল পাইকাৰী বিক্ৰী বৃদ্ধি

জাগুৱাৰ লেণ্ড ৰোভাৰকে ধৰি ২০২৪ বিত্তীয় বৰ্ষৰ প্ৰথম ৩ মাহত টাটা মটৰ্ছ গ্ৰুপৰ গ্লবেল পাইকাৰী বিক্ৰী ২০২৩ বিত্তীয় বৰ্ষৰ প্ৰথম ৩ মাহৰ তুলনাত ৫% বৃদ্ধি পাইছে। য’ত টাটা মটৰ্ছৰ বাণিজ্যিক বাহন আৰু ডেউ ৰেঞ্জৰ গ্লবেল পাইকাৰী বিক্ৰী ২০২৪ বিত্তীয় বৰ্ষত ১৫% হ্ৰাস পাই ৮৮,৪৫৬ ইউনিট হৈছে।

বিত্তীয় বৰ্ষৰ প্ৰথম ৩ মাহত টাটা মটৰ্ছৰ গ্লবেল পাইকাৰী বিক্ৰী ১,৪০,৪৫০ খন বাহন হৈছিল, যিটো বিত্তীয় বৰ্ষৰ প্ৰথম ত্ৰৈমাসিকৰ তুলনাত ৮% অধিক। জাগুৱাৰ লেণ্ড ৰভাৰৰ পাইকাৰী বিক্ৰী হৈছেগৈ ৯৩,২৫৩খন বাহন, য’ত ক্ৰমে ১০,৩২৪খন বাহন আৰু ৮২,৯২৯খন বাহন বিক্ৰী হৈছিল।

By Business Bureau

Leave a Reply

Your email address will not be published. Required fields are marked *