২০০ দিনতকৈও কম সময়ৰ ভিতৰত ৫জি ইন্টাৰনেট সেৱা লাভ কৰিছে ভাৰতৰ ৬০০ খন জিলাই…

সোমবাৰে যোগাযোগ ৰাজ্যিক মন্ত্ৰী দেৱুসিংহ চৌহানে কয় যে ২০০ দিনতকৈও কম সময়ত ভাৰতৰ ৬০০ জিলাই ৫জি সেৱা লাভ কৰিছে।

চৌহানে কয় যে দেশত ৫জি ৰূপায়ণ “বিশ্বৰ ভিতৰতে অন্যতম দ্ৰুতগতিত”।

তেওঁ লগতে কয় যে ভাৰতে তিনি বছৰতকৈও কম সময়ৰ ভিতৰতে থলুৱা 4G আৰু 5G প্ৰযুক্তি বিকশিত কৰি ‘বিশ্বক আচৰিত কৰি তুলিছে’।

By editor

Leave a Reply

Your email address will not be published. Required fields are marked *