১ লাখ অধিক লোক একেলগে ওলাল ৰাজপথলৈ

ৰাছিয়াৰ বিৰুদ্ধে বাৰ্লিনৰ ৰাজপথত একত্ৰিত হ’ল ১ লাখতকৈও অধিক নাগৰিক। বাৰ্লিনৰ ৰাজপথৰ পৰা এই লক্ষাধিক লোকে একেমুখে দাবী কৰিলে ৰাছিয়াই ইউক্ৰেইনৰ বিৰুদ্ধে আক্ৰমণ বন্ধ কৰিব লাগে। তেওঁলোকৰ দাবী ইতিহাসৰ পুনৰাবৃত্তি নহওক।

দেওবাৰে বাৰ্লিনস্থিত ৰাছিয়াৰ দূতাবাসৰ সন্মুখত সাব্যস্ত কৰা এই প্ৰতিবাদৰ ফলত ৰেলৰ লগতে সকলো ধৰণৰ যানবাহনৰ চালচাল স্তব্ধ হৈ পৰে।

By editor

Leave a Reply

Your email address will not be published. Required fields are marked *