সষ্টম হৈ আছে সাপেখাতী আৰক্ষী

বোকা নৃত্য কৰা সকলৰ বিৰুদ্ধে লোৱা হ’ব কঠোৰ ব্যৱস্থা৷

সাপে খাতী আৰক্ষীয়ে যি কোনো পৰিস্থিতিত বোকা নৃত্য কৰা সকলক দমন কৰিবলৈ সষ্টম হৈ আছে বুলি অৱগত কৰিছে।

উল্লেখযোগ্য যে, তিনিদিনীয়া কাৰ্যসূচীৰে সাপেখাতী চাৰিআলিৰ মধ্য ইংৰাজী বিদ্যালয়ৰ খেলপথাৰত অনুষ্ঠিত হৈ আছে বিহু সন্মিলন ৷ এই সন্মিলনৰ আজি শেষৰ দিনা কাৰ্যসূচীত আয়োজন কৰা হৈছে শিল্পীসকলৰ গীতৰ শৰাই ৷

এই অনুষ্ঠানত যাতে কোনো কাৰণতে বোকা নৃত্য কৰা নহয় তাৰ বাবে সষ্টম আৰক্ষী।

By editor

Leave a Reply

Your email address will not be published. Required fields are marked *