সম্পত্তিক লৈ বিবাদ! অভিনেতা নাৱাজুদ্দিনৰ পত্নীৰ বিৰুদ্ধে এজাহাৰ মাতৃৰ…

অভিনেতা নাৱাজুদ্দিন ছিদ্দিকীৰ পত্নী আলিয়া ওৰফে জৈনাবৰ বিৰুদ্ধে এজাহাৰ নাৱাজৰ মাতৃ মেহৰুনিছা ছিদ্দিকীৰ।

সম্পত্তিক লৈ ঘটা বিবাদৰ পিছতে বোৱাৰী আলিয়াৰ বিৰুদ্ধে দাখিল কৰে এজাহাৰ।

আৰক্ষীয়ে জানিবলৈ দিয়া মতে, ইতিমধ্যে আৰক্ষী থানালৈ মাতি পঠিওৱা হৈছে নাৱাজুদ্দিনৰ পত্নীক।

আৰক্ষীয়ে জনোৱা মতে, আই পি চিৰ ৪৫২, ৩২৩, ৫০৪ আৰু ৫০৬ ধাৰাত এটা গোচৰ ৰুজু কৰা হৈছে।

By Pankaj

Leave a Reply

Your email address will not be published. Required fields are marked *