শোকাবহ! ঘৰৰ চালি খহি কৰুণ মৃত্যু গৰ্ভৱতী মহিলাসহ ৩ জনৰ

বুধবাৰে পঞ্জাৱৰ কোটকাপুৰাত এটি ঘৰৰ চালি খহি পৰাৰ ফলত এগৰাকী গৰ্ভৱতী মহিলা আৰু তিনি বছৰীয়া শিশুসহ এটা পৰিয়ালৰ তিনিজন সদস্যৰ মৃত্যু হয়।

স্থানীয় লোকে জানিবলৈ দিয়া মতে অঞ্চলটোত ধাৰাসাৰ বৰষুণৰ পিছত চালিখন দুৰ্বল হৈ পৰিছিল।

যাৰ ফলত পুৱা প্ৰায় ৪ বজাত সংঘটিত হয় এই শোকাবহ দুৰ্ঘটনা।

এই ঘটনাটোত এগৰাকী ১৫ বছৰীয়া কিশোৰীও গুৰুতৰভাৱে আহত হয়।

By editor

Leave a Reply

Your email address will not be published. Required fields are marked *