শদিয়াৰ দিবাং নৈত ভয়ংকৰ নাও দুৰ্ঘটনা, সন্ধানহীন প্ৰায় ৩০ যাত্ৰী

শদিয়াৰ দিবাং নৈত ভয়ংকৰ নাও দুৰ্ঘটনা।

যাত্ৰীসহ নৈত বুৰিল যন্ত্ৰচালিত নাও।

অমৰপুৰ দিবাং নৈ ঘাটত সংঘটিত হয় এই দুৰ্ঘটনা।

নৈত উটি যায় কেইবাখনো চাৰিচকীয়া আৰু দুচকীয়া বাহন।

নাওখনত থকা ৩০ যাত্ৰী সন্ধানহীন।

ঘটনাস্থলীত এছডিআৰএফ আৰু এনডিআৰএফ বাহিনী উপস্থিত হৈ অব্যাহত ৰাখিছে উদ্ধাৰ অভিযান।

By editor

Leave a Reply

Your email address will not be published. Required fields are marked *