মেঘালয়ৰ মুখ্যমন্ত্ৰী নেতৃত্বাধীন এনপিপিত অতি শীঘ্ৰে যোগদান কৰিব পিডিএফৰ দুই বিধায়কে…

মেঘালয়ৰ বিৰোধী দল পিপলছ ডেম’ক্ৰেটিক ফ্ৰণ্টৰ দুজন বিধায়কে মুখ্যমন্ত্ৰী কনৰাড চাংমা নেতৃত্বাধীন নেশ্যনেল পিপলছ পাৰ্টিৰ চৰকাৰত যোগদান কৰিবলৈ সাজু হৈছে।

কনৰাডৰ সৈতে যোগদান কৰাৰ সম্ভাৱনা থকা পিডিএফ বিধায়ক দুগৰাকী হৈছে মাউকিনৰিউ সমষ্টিৰ বাণ্টেইডৰ লিংডো আৰু ছ’হৰাৰ গেভিন মাইলিয়াম।

অতি সোনকালে দুয়োজন বিধায়কৰ নেশ্যনেল পিপলছ পাৰ্টিত যোগদান কৰাৰ জল্পনা-কল্পনাৰ লগে লগে এন পি পিৰ মুঠ শক্তি ২৮লৈ বৃদ্ধি পাব।

By editor

Leave a Reply

Your email address will not be published. Required fields are marked *