মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বিশেষ আহ্বান

৩১ মাৰ্চত অনুষ্ঠিত হ’ব ৰাজ্যসভাৰ নিৰ্বাচন। এই নিৰ্বাচনক লৈ মনোনয়ন দাখিল কৰে শাসক-বিৰোধী পক্ষই।

মুখ্যমন্ত্ৰী কয় যে, ”এআইইউডিএফৰ ভোট নালাগে। মই আশা কৰো সকলো কংগ্ৰেছ বিধায়কে আমাক ভোট দিয়ক। কাৰণ দেশত বৰ্তমান কংগ্ৰেছৰ যি অৱস্থাত পৰৱৰ্তী সময়ত বিধায়ক পদতো জয় হোৱাৰ সম্ভাৱণা নাই । এআইইউডিএফৰ বাহিৰে যিবোৰ আছে তেওঁলোকে আমাক ভোট দিয়াৰ বাবে আহ্বান জনাইছো”।

By editor

Leave a Reply

Your email address will not be published. Required fields are marked *