মাজনিশা ভয়ংকৰ পথ দুৰ্ঘটনা, আহত ৫ যুৱক

শিলচৰত নিশা সংঘটিত এক ভয়াবহ পথ দুৰ্ঘটনাত গুৰুতৰভাৱে আহত হয় ৫ জন যুৱক।

আহত আটাইকেইজন যুৱকক চিকিৎসাধীন হৈ থকাৰ সময়তে দুজনক সংকটজনক বুলি জানিব পৰা গৈছে।

আৰক্ষী সূত্ৰই জনোৱা মতে, উধৰবন্ধৰ পৰা শিলচৰলৈ গৈ থকা আটাইকেইখন গাড়ীয়ে ৰোড ডিভাইডাৰত খুন্দা মাৰে।

ঘটনাৰ পিছতে আৰক্ষীৰ দল উপস্থিত হৈ আহত সকলক উদ্ধাৰ কৰি প্ৰেৰণ কৰে হাস্পতাললৈ।

তীব্ৰ গতিৰ বাবেই এই দুৰ্ঘটনা সংঘটিত হোৱাৰ সন্দেহ কৰিছে আৰক্ষীয়ে।

By editor

Leave a Reply

Your email address will not be published. Required fields are marked *