মহানগৰীত নিচা মুক্তি কেন্দ্ৰৰ চাদৰ পৰা পৰি মৃত্যু যুৱকৰ…

মঙলাবাৰে গুৱাহাটীৰ পাঞ্জাবাৰী অঞ্চলৰ এটা নিচামুক্তি কেন্দ্ৰৰ চাদৰ পৰা পৰি এজন যুৱকৰ মৃত্যু ঘটাৰ ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে।

মহানগৰীৰ পাঞ্জাবাৰী অঞ্চলত অৱস্থিত নিচামুক্তি কেন্দ্ৰ উইলিং ৱে ৱেলনেছ ছ’চাইটিত সংঘটিত হয় এই শোকাবহ ঘটনা

নিহত যুৱকজনক নাম ভাস্কৰ মুচাহাৰী বুলি জানিব পৰা গৈছে।

যুৱকজন কিদৰে চাদৰ পৰা তললৈ বাগৰি পৰে সেই সন্দৰ্ভত আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে।

By editor

Leave a Reply

Your email address will not be published. Required fields are marked *