ভি লৈ আহিছে লাইভ ষ্ট্ৰীমিংৰ জৰিয়তে ভগৱান জগন্নাথ ৰথ যাত্ৰা, পুৰি

ভাৰতৰ পুৰীত বাৰ্ষিক ভক্ত জগন্নাথ ৰথ যাত্ৰাৰ লাইভ ষ্ট্ৰীমিংৰ ব্যৱস্থা কৰিছে ভিয়ে সমগ্ৰ দেশৰ ভক্তসকলৰ সুবিধাৰ্থে। ভি গ্ৰাহকে ভি এপ ত এই অনুষ্ঠানটো লাইভ চাব পাৰিব। ২০ জুন, ২০২৩ তাৰিখে পুৱা ৭:৩০ বজাৰ পৰা আৰম্ভ হ’ব, আৰু সন্ধিয়া ৬ বজাত সামৰণি পৰিব।

ভি গ্ৰাহকে আন আন অনুষ্ঠান যেনে বহুদা, সুনাবেছা, আধাৰা পানা, আৰু নীলাদ্ৰী বিজেও ভি এপ ত একচেটিয়াভাৱে লাইভ চাব পাৰে। ভোডাফোন আইডিয়াৰ ক্লাষ্টাৰ বিজনেছ হেড- ইষ্ট সুকান্ত দাসে কয় যে “ভিৰ দীৰ্ঘদিনীয়া সম্পৰ্ক আছে পুৰি ৰথ যাত্ৰাৰ সৈতে, যিটো সমগ্ৰ ভাৰততে এক বহু শ্ৰদ্ধা আৰু দৰ্শনীয় অনুষ্ঠান।

সমগ্ৰ ভাৰতবৰ্ষৰ ভগৱান জগন্নাথৰ ভক্তসকলৰ সুবিধাৰ্থে এক চিন্তাশীল পদক্ষেপ হিচাপে মই সকলো ভি গ্ৰাহকক এই মহান অনুষ্ঠানৰ অভিজ্ঞতা আৰু অংশগ্ৰহণৰ বাবে আমন্ত্ৰণ জনাইছো, যিকোনো ঠাইৰ পৰাই, ভি এপ ত ভি চিনেমাৰ জৰিয়তে। এইটো ভি গ্ৰাহকৰ বাবে এক এক্সক্লুছিভ অফাৰ।”

By Business Bureau

Leave a Reply

Your email address will not be published. Required fields are marked *