বুক মাই শ্ব’ৰ সহযোগত কোটাক চিল্কে সন্মানিত কৰিলে প্ৰেৰণাদায়ক মহিলা চেম্পিয়নক

মহিলাসকলৰ বাবে এক বেংকিং কাৰ্যসূচী কোটাক চিল্কে মহিলা চেম্পিয়নসকলক অনুপ্ৰেৰণা যোগাই উদযাপনৰ বাবে বুক মাই শ্ব’ৰ সৈতে অংশীদাৰিত্ব কৰিছে। কোটাক চিল্ক প্লেটিনাম ডেবিট কাৰ্ডৰ গ্ৰাহকসকলে  ১৭-২১ আগষ্টলৈ বুকমাই শ্ব’ত ঘুমাৰৰ টিকট বুকিং কৰি ২৫০ টকালৈকে কেছবেক লাভ কৰিব পাৰে। কোটাক চিল্কে মহিলাসকলক সঞ্চয়, বিনিয়োগ, সুৰক্ষা আৰু আমোদ-প্ৰমোদত সহায় কৰে, লগতে মহিলাসকলৰ উচ্চাকাংক্ষা পূৰণ কৰাত সহায় কৰে।

বলীউড তাৰকা অভিষেক বচ্চন, অংগদ বেদী, ছাইয়ামি খেৰন্দ আৰু  শ্বাবানা আজমি অভিনীত আৰ বাল্কিৰ পৰিচালনাত নিৰ্মিত এই ছবিখনত দেখা গৈছে এগৰাকী যুৱতী বেটিং প্ৰডিজি যিয়ে নিজৰ হাত হেৰুৱাইছে, আৰু ভাৰতীয় ক্ৰিকেট দলৰ হৈ খেলিবলৈ সকলো সম্ভাৱনাৰ বিপৰীতে গৈছে। কোটাক ৰেচমে নাৰীক প্ৰেৰণা হিচাপে সমৰ্থন কৰে আৰু আৰ্থিক স্বাধীনতাৰ পোষকতা কৰে, মহিলা সবলীকৰণক প্ৰসাৰিত কৰে আৰু তেওঁলোকৰ সপোন পূৰণ কৰিবলৈ সক্ষম কৰে। এই বিষয়ে কোটাক মহিন্দ্ৰা বেংকৰ ৰিটেইল লায়েবিলিটিছ প্ৰডাক্টৰ প্ৰেচিডেণ্ট আৰু চীফ মাৰ্কেটিং অফিচাৰ ৰোহিত ভাছিনে কয় যে, “চিনেমাখনৰ পৰিসৰে মহিলাসকলক অধিক সাফল্য লাভ কৰিবলৈ অনুপ্ৰেৰণা বা সবল কৰাৰ আমাৰ প্ৰতিশ্ৰুতিৰ সৈতে মিলি গৈছে, যাৰ ফলত ই সকলো কোটাক চিল্কৰ গ্ৰাহকৰ বাবে প্ৰেৰণাদায়ক কৰি তুলিছে।”

কোটাক চিল্কে বুক মাই শ্ব’, আৰ্বান কোম্পানী আৰু নাইকাৰ সৈতে অংশীদাৰিত্বৰ জৰিয়তে মহিলাসকলক বিভিন্ন সুবিধা প্ৰদান কৰে আৰু ডেবিট কাৰ্ড আৰু এফডিত পুৰস্কাৰসমূহ প্ৰদান কৰে। ইয়াৰ লগতে তেওঁলোকে ঋণ বিশেষ মূল্য নিৰ্ধাৰণ, এটা ইনষ্টাগ্ৰাম কমিউনিটি আৰু এক সমৰ্পিত কুৱেৰী ৰিজল্যুচন ডেস্ক(প্ৰশ্ন সমাধান কক্ষ) প্ৰদান কৰে।

By Business Bureau

Leave a Reply

Your email address will not be published. Required fields are marked *