বিজেপি নেতা পৰেশ ৰাৱালৰ বিৰুদ্ধে দাখিল কৰা এজাহাৰ বাতিল উচ্চ ন্যায়ালয়ৰ…

বাংলা বিৰোধী মন্তব্যৰ অভিযোগত বিজেপি নেতা পৰেশ ৰাৱালৰ বিৰুদ্ধে দাখিল কৰা এফআইআৰ বাতিল কৰিলে কলিকতা উচ্চ ন্যায়ালয়ে।

২০২২ চনৰ গুজৰাট নিৰ্বাচনৰ প্ৰচাৰ চলাওঁতে অভিনেতাগৰাকীয়ে কৈছিল, “যদি ৰহিংগীয়া প্ৰব্ৰজনকাৰী আৰু বাংলাদেশীয়ে আপোনাৰ চাৰিওফালে থাকিবলৈ আৰম্ভ কৰে তেন্তে কি হ’ব…গেছৰ চিলিণ্ডাৰ লৈ কি কৰিব? বাঙালীৰ বাবে মাছ ৰান্ধিব?”

পিছত তেওঁ কয় যে বঙালী বুলি ক’লে তেওঁ অবৈধ বাংলাদেশী আৰু ৰোহিংগীয়াক বুজাইছে।

By editor

Leave a Reply

Your email address will not be published. Required fields are marked *