বাথৰুমৰ ভিতৰত উদ্ধাৰ অভিনেতা আদিত্য সিং ৰাজপুতৰ মৃতদেহ, তীব্ৰ চাঞ্চল্য

‘স্প্লিটছভিলা ৯’ ছবিত অভিনয় কৰা টিভি অভিনেতা আদিত্য সিং ৰাজপুতক সোমবাৰে মুম্বাইৰ আন্ধেৰীত থকা নিজৰ ঘৰৰ বাথৰুমৰ ভিতৰত মৃত অৱস্থাত উদ্ধাৰ হয়।

বন্ধুৱে তেওঁক বাথৰুমত পৰি থকা প্ৰত্যক্ষ কৰি চকীদাৰজনৰ সৈতে চিকিৎসালয়লৈ লৈ যায়, য’ত তেওঁক মৃত বুলি ঘোষণা কৰা হয়।

আদিত্যৰ মৃত্যুৰ তদন্ত আৰম্ভ কৰিছে আৰক্ষীয়ে আৰু মৰণোত্তৰ পৰীক্ষাৰ বাবে মৃতদেহ প্ৰেৰণ কৰা হৈছে।

যুৱ অভিনেতাগৰাকীৰ ৰহস্যজনক মৃত্যুৱে চাঞ্চল্যৰ সৃষ্টি কৰিছে।

By editor

Leave a Reply

Your email address will not be published. Required fields are marked *