বহু এপ, ৱেবছাইট বন্ধ কৰিলে কেন্দ্ৰীয় চৰকাৰে

কেন্দ্ৰীয় তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰণালয়ে পুনৰ কেইবাটাও এপ, ৱেবছাইট সামাজিক মাধ্যমৰ একাউণ্ট বন্ধ কৰিছে। খালিস্তানি সংগঠন শিখ ফৰ জাষ্টিছৰ বিৰুদ্ধে গ্ৰহণ কৰা কঠোৰ পদক্ষেপৰ অংশ হিচাপে এই এপ, ৱেবছাইট, সামাজিক মাধ্যমৰ একাউণ্টসমূহ বন্ধ কৰি দিছে। ৰাজনীতি পাঞ্জাৱ টিভি’ৰ সকলো একাউণ্ট যোৱা ১৮ফেব্ৰুৱাৰীত বন্ধ কৰা হৈছিল।

কেন্দ্ৰীয় তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰণালয়ে কৈছে যে, এই এপ, ৱেবছাইট আৰু সামাজিক মাধ্যমৰ একাউণ্টসমূহৰ জৰিয়তে পঞ্জাৱ নিৰ্বাচনৰ সময়ছোৱাত ৰাইজক অনলাইম মাধ্যমত প্ৰভাৱিত কৰি আহিছিল ।

By editor

Leave a Reply

Your email address will not be published. Required fields are marked *