বল বুলি খেলিবলৈ লওঁতেই বিস্ফোৰিত হল বোমা, আহত দুটি শিশু

বল বুলি খেলি থাকোঁতেই বিস্ফোৰিত হল বোমা।

পশ্চিমবঙ্গৰ হিংসাত্মক পৰিস্থিতিৰ মাজতে মুৰ্ছিদাবাদত সংঘটিত এই দুৰ্ঘটনাত দুটি শিশু আহত হয়।

মুৰ্ছিদাবাদৰ ছালাৰ কাগ্ৰামত এই ঘটনাৰ পিছতে তীব্ৰ উত্তেজনাৰ সৃষ্টি হয়।

কোনে বোমাটো মজুত কৰিছিল সেয়া এতিয়াও স্পষ্ট হোৱা নাই।

ইফালে বীৰভূমিৰ মাৰ্গ্ৰামত আৰক্ষীয়ে উদ্ধাৰ কৰে ৯০টা সতেজ বোমা।

By editor

Leave a Reply

Your email address will not be published. Required fields are marked *