আৰক্ষীয়ে নিশা নগাঁও সদৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া মনোজ ৰাজবংশীৰ আৰু হয়বৰগাঁও টাউন আৰক্ষী চকীৰ বিষয়া তৰঙ্গ পাটোৱাৰী নেতৃত্বত আৰক্ষীয়ে এক গোপন সুত্ৰৰ পম খেদি ১৬টা চুৰি মোবাইল হেণ্ডছেট উদ্ধাৰ কৰিবলৈ সক্ষম হয়
এই সন্দৰ্ভত জিলা খনৰ বটদ্ৰৱা বৰিবজাৰৰ নাজিৰ হুছেইন আৰু জুৰীয়া ফাকলী পথাৰৰ মকচিদুল ৰহমানক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়।আৰক্ষীয়ে অধিক তথ্য উদঘাটনৰ বাবে দুয়োকে জেৰা অব্যাহত ৰাখিছে ৷