ভাৰতৰ সৰ্ববৃহৎ আৰু দ্ৰুতগতিত বিকশিত হোৱা পোছাক আৰু আনুষঙ্গিক সামগ্ৰীৰ বিশেষত্ব শৃংখলা ৰিলায়েন্স ৰিটেইলৰ ট্ৰেণ্ডছে পশ্চিম বংগৰ বীৰভূম জিলাৰ কিৰনাহাৰ চহৰত তেওঁলোকৰ নতুন বিপনি মুকলি কৰাৰ কথা ঘোষণা কৰিছে। ট্ৰেণ্ডছে ভাৰতত ফেশ্বনক এক নতুন মাত্ৰা প্ৰদান কৰিছে। ভাৰতৰ গ্ৰাহকসকলৰ সৈতে তেওঁলোকৰ প্ৰসাৰ আৰু সম্পৰ্ক শক্তিশালী কৰি তুলিবলৈ মেট্ৰ’ আৰু মিনি মেট্ৰ’ৰ পৰা আৰম্ভ কৰি টায়াৰ ১ আৰু ২ চহৰলৈকে সকলোতে ফেশ্বন শ্বপিং বিপনি মুকলি কৰিছে।
কিৰনাহাৰৰ ট্ৰেণ্ডচ বিপনিত আধুনিক ডিজাইন, ভাল মানদণ্ড আৰু ফেশ্বন সামগ্ৰীৰ এক আকৰ্ষণীয় পৰিসৰ আছে, যি অঞ্চলটোৰ গ্ৰাহকসকলৰ বাবে প্ৰাসংগিক। গ্ৰাহকসকলে নূন্যতম মূল্যত ট্ৰেণ্ডি মহিলাৰ পোছাক, পুৰুষৰ পোছাক, কিডছ ৱেৰ আৰু ফেশ্বন আনুষঙ্গিক সামগ্ৰীৰ বাবে বজাৰ কৰাৰ এক অনন্য বিশেষ আৰু উৎকৃষ্ট অভিজ্ঞতাৰ বাবে অপেক্ষা কৰিব পাৰে। কিৰনাহাৰ চহৰত মুকলি কৰা তেওঁলোকৰ প্ৰথম বিপনিখন ৮৪১৪ বৰ্গফুটৰ। নতুন বিপনি মুকলি কৰাৰ বিষয়টোৰ লগত সংগতি ৰাখি গ্ৰাহকসকলৰ বাবে প্ৰাসঙ্গিক ফেশ্বন নূন্যতম মূল্যত আগবঢ়োৱাৰ ঘোষণা কৰিছে।
৩,৯৯৯ টকাত ক্ৰয় কৰা সামগ্ৰীৰ ওপৰত ১৯৯ টকাৰ এটা আকৰ্ষণীয় উপহাৰ লাভ কৰাৰ সুযোগ আছে। ইয়াৰ লগতে গ্ৰাহকসকলে ২,৯৯৯ টকাৰ ক্ৰয়ৰ ওপৰত ৩,০০০ টকাৰ এটা কুপন সম্পূৰ্ণ বিনামূলীয়াকৈ আগবঢ়াইছে। গতিকে এতিয়া কিৰনাহাৰত ট্ৰেণ্ডছৰ নতুন বিপনিলৈ যোৱাৰ সময় আৰু সুন্দৰ ফেশ্বন শ্বপিং অভিজ্ঞতাৰ আনন্দ লোৱাৰ!