টি-২০ কেৰিয়াৰৰ দ্ৰুততম অৰ্ধশতকৰ খিতাপ অৰ্জন ষ্টিভ স্মিথৰ…

সোমবাৰে বিগ বেছ লীগ (বিবিএল)ৰ এখন মেচত হোবাৰ্ট হাৰিকনেছৰ বিৰুদ্ধে ছিডনী ছিক্সাৰছক প্ৰতিনিধিত্ব কৰাৰ সময়ত অষ্ট্ৰেলিয়াৰ বেটছমেন ষ্টিভ স্মিথে টি-২০ কেৰিয়াৰৰ আটাইতকৈ দ্ৰুততম অৰ্ধশতক সম্পূৰ্ণ কৰে।

৩৩ বছৰীয়া ষ্টিভে ২২টা বলত অৰ্ধশতক অৰ্জন কৰে।

মেচখনত স্মিথে চাৰিটা চাৰি আৰু ৬টা ছয়কে ধৰি ৬৬(৩৩) ৰান সংগ্ৰহ কৰে।

By Pankaj

Leave a Reply

Your email address will not be published. Required fields are marked *