ভাৰতৰ সৰ্ববৃহৎ আন্তঃবিদ্যালয়ৰ ইণ্টাৰস্কুল আই টি কুইজ প্ৰতিযোগিতাৰ নেচনেল ফাইনাল, টি চি এছ আই টি উইজ 2020 সমাপ্ত হৈছে আৰু ইয়াৰ সংগঠক টাটা কনচালটেঞ্চি চাৰ্ভিছ (টিচিএছ)য়ে বিজয়ীসকলৰ নাম ঘোষণা কৰে।