টিউশ্যনলৈ যোৱাৰ পথত দশম শ্ৰেণীৰ ছাত্ৰীক ট্ৰাকৰ খুন্দা, মৃত্যু

বিহাৰ ছিৱানৰ অৰমা ঘাইপথত ভয়ংকৰ দুৰ্ঘটনা।

টিউশ্যনলৈ গৈ থকা দশম শ্ৰেণীৰ ছাত্ৰীক মহটিয়াই নিলে তীব্ৰবেগী ট্ৰাকে।

দুৰ্ঘটনাত থিতাতে মৃত্যু ছাত্ৰীগৰাকীৰ।

ইফালে দুৰ্ঘটনাক কেন্দ্ৰ কৰি অঞ্চলটোত সৃষ্টি হয় উত্তপ্ত পৰিস্থিতিৰ।

একাংশ ক্ষুব্ধ ৰাইজে জ্বলাই দিয়ে দুৰ্ঘটনা সংঘটিত কৰা ট্ৰাকখন।

পিছত ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ নিয়ন্ত্ৰণ কৰে পৰিস্থিতি।

By editor

Leave a Reply

Your email address will not be published. Required fields are marked *