টাটা মটৰ্ছে বাণিজ্যিক বাহনত ৩% মূল্য বৃদ্ধিৰ কথা ঘোষণা কৰিছে

ভাৰতৰ সৰ্ববৃহৎ বাণিজ্যিক বাহন নিৰ্মাতা প্ৰতিষ্ঠান টাটা মটৰ্ছে ২০২৪ চনৰ ১ জানুৱাৰীৰ পৰা ৩% মূল্য বৃদ্ধিৰ কথা ঘোষণা কৰিছে। এই দৰ বৃদ্ধিৰ জৰিয়তে পূৰ্বৰ ইনপুট খৰচৰ অৱশিষ্ট প্ৰভাৱ পূৰণ কৰা হ’ব আৰু এই মূল্যবৃদ্ধি বাণিজ্যিক বাহনৰ সকলো ৰেঞ্জ(পৰিসৰ)তে প্ৰযোজ্য হ’ব।

By Business Bureau

Leave a Reply

Your email address will not be published. Required fields are marked *