সোমবাৰে টিএমচিৰ সাংসদ সৌগত ৰয়ে কয় যে কংগ্ৰেছ নেতা জয়ৰাম ৰমেশক কোনো নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা নকৰাৰ বাবে তেওঁ ‘চিৰিয়াছ ৰাজনীতিবিদ’ বুলি গণ্য নকৰে।
ৰয়ে লগতে কয় যে হয়তো তেওঁ ৰাহুল গান্ধীৰ বাবে এজন ভাল পৰিচালক হিচাপে কাম কৰে। কিন্তু ইয়াৰ বাহিৰেও তেওঁৰ আন কোনো মূল্য নাই।
বিৰোধীৰ বৈঠকত টিএমচিয়ে বিজেপিৰ ভাষাত কথা কয় বুলি ৰমেশে কোৱাৰ পিছতে এই কথা প্ৰকাশ পাইছে।