জাহ্নৱী কাপুৰৰ সৈতে নতুন অভিযান আৰম্ভ কৰিছে নাইকানেচাৰেলছৰ

ভাৰতীয় চুলিৰ উদ্বেগ মোকাবিলা কৰিবলৈ পৰম্পৰাগতভাৱে ফলপ্ৰসূ উপাদানৰ শক্তিৰে ভৰপূৰ মিশ্ৰণ উলিয়াই আনিছে নাইকা নেচাৰেলছে জাহৱী কাপুৰক মুখ হিচাপে লৈ এক নতুন অভিযান আৰম্ভ কৰিছে।

এই ৰেঞ্জটোত এপল চাইডাৰ ভিনেগাৰ, আদা, মেথি, পিঁয়াজ, আমলা, তৰকাৰী পাত, ফাৰ্মেণ্টেড ৰাইচ ৱাটাৰ, কয়লা, আৰু শিকাকাই আদি পৰম্পৰাগত চুলি ভালপোৱা উপাদানসমূহৰ সৈতে মিহলি কৰা হৈছে, যিবোৰ সকলো চুলিৰ বাবে সম্পূৰ্ণ ছুপাৰফুড।

নাইকানেচাৰেলছেচুলিক সুস্থ হ’বলৈ প্ৰয়োজনীয় পুষ্টি প্ৰদান কৰে। ইয়াত এপল চাইডাৰ ভিনেগাৰ এণ্ড জিঞ্জাৰ এণ্টি-ডেণ্ড্ৰাফ ৰেঞ্জ, অনিয়ন এণ্ড মেথি চুলিৰ বৃদ্ধি ৰেঞ্জ, আৰু আমলা এণ্ড কাৰি লিভছ এণ্টি-হেয়াৰফল ৰেঞ্জ অন্তৰ্ভুক্ত কৰা হৈছে।

By Business Bureau

Leave a Reply

Your email address will not be published. Required fields are marked *