জনছনৰ বেবীয়ে নিজৰ ‘প্ৰমিছ, পেহলে পল চে’ অভিযানৰ জৰিয়তে প্ৰচাৰ কৰিছে অভিভাৱকত্বক

পিতৃ-মাতৃ বা অভিভাৱকত্ব হৈছে অপৰিসীম মৰম, নিষ্ঠা আৰু অদম্য প্ৰতিশ্ৰুতিৰে ভৰা এক যাত্ৰা। এজন অভিভাৱকে অন্বেষণ কৰা সেই মুহূৰ্ত অথবা আশা কৰা ক্ষণ আৱিষ্কাৰ কৰাৰ মুহূৰ্তৰে পৰা কেঁচুৱাটোৰ ছাল সদায় সুৰক্ষিত কৰিব বিচাৰে। সেয়েহে প্ৰথম দিনাৰে পৰা নৱজাতকৰ সুস্থতা নিশ্চিত কৰিবলৈ কেঁচুৱাটোৰ সৈতে এক গভীৰ সংযোগ গঢ়ি তোলে। কেঁচুৱাৰ ছালৰ® যত্নৰ ক্ষেত্ৰত অগ্ৰণী জনছনছ বেবীয়ে নিজৰ শেহতীয়া প্ৰচাৰ’, ‘প্ৰমিছ, পেহল পল চে’ৰ সৈতে প্ৰতিজন অভিভাৱকৰ শক্তিশালী প্ৰতিশ্ৰুতিক স্বীকৃতি দিয়ে আৰু উদযাপন কৰে।

ব্ৰেণ্ডটোৰ শেহতীয়া বিপণন অভিযান, ‘প্ৰমিছ, পেহল পল চে’, প্ৰথম দিনৰ পৰাই সুৰক্ষাৰ বাবে কেঁচুৱা-সুৰক্ষিত(বেবী ছেফ) উপাদান ব্যৱহাৰ কৰাৰ প্ৰতি নিজৰ প্ৰতিশ্ৰুতিৰ ওপৰত সৰ্বাধিক গুৰুত্ব আৰোপ কৰে। সমগ্ৰ দেশৰে টিভি, ডিজিটেল, ছ’চিয়েল মিডিয়াত ২৪ জুলাইৰ পৰা প্ৰচাৰ অভিযান আৰম্ভ কৰা হৈছে। জনছনছ® বেবী, প্ৰতিগৰাকী মাক আৰু দেউতাকৰ সৈতে দীৰ্ঘদিনীয়া অংশীদাৰীত্ব থকা ব্ৰেণ্ড, যিয়ে কেঁচুৱাৰ ছালখন প্ৰথম দিনৰ পৰাই সুৰক্ষিত কৰি ৰখাৰ লক্ষ্য ৰাখে।

কেইবা দশকৰ জ্ঞান আৰু প্ৰযুক্তিৰ সহায়ত কেৱল শিশু-সুৰক্ষিত উপাদান বাছনি কৰি শিশু ৰোগ বিশেষজ্ঞ আৰু চৰ্মৰোগ বিশেষজ্ঞৰ দ্বাৰা পৰীক্ষা কৰা সূত্ৰ বিকশিত কৰিছে। জনছনৰ সামগ্ৰীবোৰ কঠোৰ বৈজ্ঞানিক গৱেষণাৰ দ্বাৰা সমৰ্থিত, যাৰ ফলত নৱজাতকৰ সূক্ষ্ম ছালখন সুৰক্ষিত হৈ থকাটো নিশ্চিত কৰে। জনছনছ বেবী ব্ৰেণ্ডৰ প্ৰতিশ্ৰুতিক শক্তিশালী কৰি কেনভুৰ ভিপি মাৰ্কেটিং তথা বিজনেছ ইউনিট হেড মনোজ গেদগিলে কয় যে, “এই উমৈহতীয়া উদ্দেশ্যৰ ওপৰত আধাৰিত কৰি জনছনছ® বেবীয়ে কেঁচুৱাক বহুমূলীয়া প্ৰতিশ্ৰুতি পূৰণ কৰাত সহায় কৰিবলৈ মাতৃসকলৰ সৈতে অংশীদাৰ/হাতত হাত ধৰি খোজ কাঢ়িবলৈ দৃঢ়তাৰে প্ৰতিশ্ৰুতিবদ্ধ।”

By Business Bureau

Leave a Reply

Your email address will not be published. Required fields are marked *