চিএম ৰিলিফ ফাণ্ডলৈ এল এণ্ড টিৰ অৱদান

কৃতজ্ঞতা জ্ঞাপন কৰি অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই অসমৰ বানপীড়িত লোকসকলৰ বাবে মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিলৈ আগবঢ়োৱা অৱদানৰ বাবে লাৰ্চেন এণ্ড টুব্ৰো লিমিটেডক ধন্যবাদ জ্ঞাপন কৰে।

মুখ্যমন্ত্ৰীয়ে এক টুইটযোগে কয়, “মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ ৯,৪০,৯৭,৭৭০ টকা অৱদান আগবঢ়োৱাৰ বাবে লাৰ্চেন এণ্ড টুব্ৰো লিমিটেড (এল এণ্ড টি)ৰ প্ৰতি কৃতজ্ঞ।

এনে ধৰণৰ উদাৰতাৰ কাৰ্য্যই বানপীড়িত লোকসকলক সকাহ দিয়াৰ বাবে আমাৰ চৰকাৰৰ প্ৰচেষ্টা বৃদ্ধি কৰাত বহুদূৰ আগবাঢ়িব। কৃতজ্ঞতা!”

By Business Correspondent

Leave a Reply

Your email address will not be published. Required fields are marked *