ঘোচ লৈ হাতে-লোটে গ্ৰেপ্তাৰ আন এজন গাঁও প্ৰধান…

ঘোচ লৈ পুনৰ গ্ৰেপ্তাৰ হ’ল আন এজন গাঁও প্ৰধান।

কামৰূপ জিলাত উৎকোচ গ্ৰহণৰ পিছতে হাতে-লোটে কৰায়ত্ব কৰে দুৰ্নীতি নিবাৰক শাখাই।

অভিযোগৰ ভিত্তিত দুৰ্নীতি নিবাৰক শাখাৰ দলে অভিযোগকাৰীৰ পৰা দাবী কৰা উৎকোচ গ্ৰহণ কৰাৰ পিছত কুমাৰপাটা আৰু সোতাশিল গাঁৱৰ গাঁও প্ৰধানক গ্ৰেপ্তাৰ কৰে।

সূত্ৰৰ পৰা জানিব পৰা মতে, অভিযুক্ত মনোৱাৰ ইছলামে নিজৰ মাটিৰ শ্ৰেণী ৰূপান্তৰৰ সন্দৰ্ভত ভিএলএমচিৰ প্ৰতিবেদন জাৰি কৰাৰ বাবে উৎকোচ দাবী কৰিছিল।

By Pankaj

Leave a Reply

Your email address will not be published. Required fields are marked *