ঘোচ লৈ হাতে-লোটে গ্ৰেপ্তাৰ কমলপুৰ ৰাজহ চক্ৰৰ লাট মণ্ডল গীতাঞ্জলি দাস

ঘোচ লৈ পুনৰ গ্ৰেপ্তাৰ আন এগৰাকী লাট মণ্ডল।

এইবাৰ কমলপুৰ ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়ত অভিযান চলিল দুৰ্নীতি নিবাৰক শাখাৰ।

অভিযানৰ সময়ত ঘোচ লোৱাৰ সময়তে হাতে-লোটে গ্ৰেপ্তাৰ লাট মণ্ডল গীতাঞ্জলি দাস।

অভিযোগকাৰীৰ পৰা ৫ হাজাৰ টকাৰ উৎকোচ লৈ গ্ৰেপ্তাৰ হয় মহিলা লাট মণ্ডলগৰাকী।

By editor

Leave a Reply

Your email address will not be published. Required fields are marked *