একেদিনাই দ্বিতীয়টো ঘোচ কাণ্ড।
এইবাৰ মহানগৰীৰ কৰ ভৱনত চলিল দুৰ্নীতি নিবাৰক শাখাৰ অভিযান।
অভিযানত ঘোচ লোৱাৰ সময়তে হাতে-লোটে গ্ৰেপ্তাৰ সহকাৰী ৰাজ্যিক কৰ আয়ুক্তক।
ধৃত ঘোচখোৰ বিষয়াগৰাকীৰ নাম মিনাক্ষী কাকতি কলিতা।
উল্লেখ্য যে, ইয়াৰ পূৰ্বে আজি নগৰবেৰাত দুৰ্নীতি নিবাৰক শাখাৰ জালত পৰিছিল ঘোচখোৰ লাট মণ্ডল মহেন্দ্ৰ নাথ।