২২ এপ্ৰিলত গুৱাহাটীত অনুষ্ঠিত হ’ব পৌৰনিগম নিৰ্বাচন। ইয়াৰ পৰিপ্ৰেক্ষিতত কামৰূপ মহানগৰ জিলা প্ৰশাসনে ২০ এপ্ৰিল আবেলি ৪.৩০ বজাৰ পৰা ২২ এপ্ৰিল আবেলি ৪.৩০ বজালৈ ড্ৰাই ডে’ ঘোষণা কৰিছে। লগতে ২৪ এপ্ৰিলত ভোট গণনা সম্পূৰ্ণ নোহোৱা পৰ্যন্ত ঘোষণা কৰা হৈছে ড্ৰাই ডে’।