কৰ্তৃপক্ষৰ দ্বাৰা নিৰ্যাতিত হোৱাৰ অভিযোগেৰে ধৰ্মঘট মুম্বাই বিমানবন্দৰৰ ১৭০০ ইণ্ডিগ’ কৰ্মচাৰীৰ…

বিমানবন্দৰ কৰ্তৃপক্ষই হাৰাশাস্তি কৰা বুলি দাবী কৰি মুম্বাই বিমানবন্দৰৰ প্ৰায় ১৭০০ ইণ্ডিগো কৰ্মচাৰীয়ে ধৰ্মঘট ঘোষণা কৰিছে।

ইণ্ডিগ’ই এক বিবৃতিত এই বিষয়ে অৱগত বুলি কয় আৰু লগতে কয় যে পৰিচালনা আৰু কৰ্মচাৰীৰ মাজত আলোচনা চলি আছে।

খবৰ অনুসৰি বিজেপি আৰু উদ্ধৱ থাকৰে নেতৃত্বাধীন শিৱসেনা ফৈদ দুয়োটাই ইণ্ডিগ’ৰ কৰ্মচাৰী সংঘক নিয়ন্ত্ৰণ কৰিব বিচাৰিছে, যাৰ ফলত এই ধৰ্মঘটৰ সৃষ্টি হৈছিল।

By editor

Leave a Reply

Your email address will not be published. Required fields are marked *