কৰ্ণাটকত বিশাল জয়েৰে চৰকাৰ গঠনৰ দিশে কংগ্ৰেছ…

বিজেপিক উফৰাই কৰ্ণাটকত চৰকাৰ গঠনৰ দিশে কংগ্ৰেছ।

চৰকাৰ গঠনৰ বাবে প্ৰয়োজনীয় আসনৰ সীমা অতিক্ৰম কৰি বিশাল জয়ৰ দিশে কংগ্ৰেছৰ অগ্ৰগতি।

এই মুহূৰ্তলৈকে কংগ্ৰেছে জয়লাভ কৰিছে ১১৪ খন আসনত।

আনহাতে বিজেপিয়ে লাভ কৰিছে ৫০খন আসন।

জনতা দল চেকুলাৰে লাভ কৰিছে ১৭ খন আসন।

উল্লেখ্য যে, ২২৪ খন বিধানসভা আসনযুক্ত কংগ্ৰেছত চৰকাৰ গঠনৰ বাবে প্ৰয়োজন ১১২ খন আসন।

১০ মে’ত অনুষ্ঠিত হৈছিল ৰাজ্যখনৰ ভোটগ্ৰহণ।

By editor

Leave a Reply

Your email address will not be published. Required fields are marked *