জেমছ কেমেৰনৰ অৱতাৰ ২ ছবিয়ে স্পাইডাৰ মেন: ন’ ৱে হোমৰ উপাৰ্জন অতিক্ৰম কৰি বিশ্বজুৰি ১.৯ বিলিয়ন ডলাৰৰ অধিক উপাৰ্জনেৰে মহামাৰীৰ পিছৰ যুগত সৰ্বাধিক উপাৰ্জন কৰা ছবি হিচাপে পৰিগণিত হৈছে।

ইয়াৰ উপৰিও এই চিনেমাখন সৰ্বকালৰ ষষ্ঠ সৰ্বাধিক উপাৰ্জনকাৰী হিচাপে পৰিগণিত হৈছে।

টাইটানিক আৰু অৱতাৰৰ পিছত ২ বিলিয়ন ডলাৰ উপাৰ্জন কৰা কেমেৰনৰ একেৰাহে তৃতীয়খন সফল ছবি হ’ব অৱতাৰ ২।