কমেও ১২ খন বাহনৰ মাজত সংঘটিত হ’ল ভয়ংকৰ সংঘৰ্ষ, তাৰ পিছত…

মহাৰাষ্ট্ৰৰ খোপলিৰ মুম্বাই-পুনে এক্সপ্ৰেছৱে’ত ভয়ংকৰ দুৰ্ঘটনা।

বৃহস্পতিবাৰে কমেও ১২ খন বাহনৰ মাজত সংঘটিত হয় এক সংঘৰ্ষ।

এখন ট্ৰাকৰ ব্ৰেক বিকল হোৱাৰ বাবেই সংঘটিত হয় এই সংঘৰ্ষ।

যাৰ ফলত কমেও ৪ জন লোক আহত হোৱা বুলি জানিব পৰা গৈছে।

আৰক্ষীয়ে ঘটনাস্থলীত উপস্থিত হৈ আহত সকলক হাস্পতাললৈ প্ৰেৰণ কৰে।

By editor

Leave a Reply

Your email address will not be published. Required fields are marked *