এনএছই-য়ে ৰাষ্ট্ৰ নিৰ্মাণ আৰু চাকৰি সৃষ্টিৰ বাবে ক্যাটালিস্ট হিচাপে কাম কৰি আছে

‘দেশৰ স্বাধীনতা দিৱস উপলক্ষে এখন সাৰ্বভৌম আৰু সমৃদ্ধিশালী ভাৰতৰ কল্পনা কৰা স্বাধীনতা সংগ্ৰামীসকলৰ ত্যাগ আৰু অৱদানক স্মৰণ কৰোঁ আহক। পৃথিৱীৰ অন্যতম আগশাৰীৰ অৰ্থনীতি হিচাপে আমি পৰিৱৰ্তন, সমৃদ্ধি আৰু বিকাশৰ শিখৰত থিয় দিছোঁ, যিয়ে এক পুনৰুত্থানশীল ভাৰতৰ মনোভাৱক অনুৰণিত কৰে।এন এছ ইয়ে মূলধনী বজাৰ গঠন, ৰাষ্ট্ৰ – নিৰ্মাণ আৰু চাকৰি সৃষ্টিৰ বাবে অনুঘটক হিচাপে বিশেষভাৱে মনোনিৱেশ কৰি গুৰুত্ব আৰোপ কৰিছে আৰু বিনিয়োগকাৰীক সবল কৰাৰ দিশত নিজৰ নিৰন্তৰ প্ৰচেষ্টা অব্যাহত ৰাখিছে। সকলোকে স্বাধীনতা দিৱসৰ শুভেচ্ছা।”

-স্বাধীনতা দিৱসত এনএছইৰ এমডি আৰু  চিইঅ’ আশীষ কুমাৰ চৌহান

By Business Bureau

Leave a Reply

Your email address will not be published. Required fields are marked *