এতিয়া কোনেও নুশুনে ৰাহুল গান্ধীৰ কথাঃ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা

বৰ্তমান সময়তো কোনো গুৰুত্ব নাই ৰাহুল গান্ধীৰ কথাৰ। -এই মন্তব্য মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ।

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বৃহস্পতিবাৰে কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে কোৱা কথাবোৰ শুনাৰ যোগ্য নহয়।

ৰাহুল গান্ধীৰ কথা এতিয়া কোনেও নুশুনে বুলিও মন্তব্য মুখ্যমন্ত্ৰীগৰাকীৰ।

শৰ্মাই কয় যে তেওঁৰ বাবে কেৱল এটা নিৰ্দিষ্ট পৰিৱেশ তন্ত্ৰৰ লোকেহে শুনিছে আৰু হাত চাপৰি বজায়।

তেওঁ লগতে কয়, “মই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ ভাষণ শুনিছো। ই অন্যতম শ্ৰেষ্ঠ ভাষণ।”

By Pankaj

Leave a Reply

Your email address will not be published. Required fields are marked *