গুৱাহাটীত পুনৰ এক চাঞ্চল্যকৰ ঘটনা। বশিষ্ঠৰ মাধৱপুৰত সংঘটিত হৈছে এই ঘটনা। ৰহস্যজনক অৱস্থাত এজন যুৱকৰ মৃতদেহ উদ্ধাৰ। শুকান গছৰ ডালত চীপ লোৱা অৱস্থাত মৃতদেহ উদ্ধাৰ।
উদ্ধাৰ যুৱকৰ মৃতদেহ