উত্তৰ গুৱাহাটীৱাসীৰ বাবে সুখবৰ

শনিবাৰৰ পৰা আৰম্ভ হ’ল গুৱাহাটী আৰু উত্তৰ গুৱাহাটীৰ মাজত নৈশ ফেৰী সেৱা। জল পৰিবহন বিভাগৰ অভিলাষী আঁচনিৰ ফলস্বৰূপে এতিয়াৰে নিশাও ফেৰীৰে যাত্ৰা কৰিব পৰা যাব গুৱাহাটীৰ পৰা উত্তৰ গুৱাহাটীলৈ। ইয়াৰ বাবে এটা মোবাইল এপও প্ৰস্তুত কৰি উলিওৱা হৈছে যিয়ে নিশা ব্ৰহ্মপুত্ৰৰ মাজত ফেৰী চলাচলৰ ক্ষেত্ৰত দিশ নিৰ্ণয় কৰিব। মাদ্ৰাছ আই আই টিৰ বিজ্ঞানী ড০ কে ৰাজুৰ সহযোগত প্ৰস্তুত কৰি উলিওৱা হৈছে এই বিশেষ এপটো।

প্ৰায় ২ বছৰ ধৰি কাম কৰাৰ পিছত সফালতা লাভ কৰে জল পৰিবহন বিভাগে।

By editor

Leave a Reply

Your email address will not be published. Required fields are marked *