উত্তৰাখণ্ডৰ হালদ্বাণীৰ ৫০ হাজাৰ লোকক উচ্ছেদৰ নিৰ্দেশত স্থগিতাদেশ উচ্চতম ন্যায়ালয়ৰ

উত্তৰাখণ্ডৰ হালদ্বাণীত ভাৰতীয় ৰে’লৱেৰ অন্তৰ্গত ভূমিত নিৰ্মিত ঘৰত থকা হাজাৰ হাজাৰ লোকক উচ্ছেদ কৰিবলৈ উত্তৰাখণ্ড উচ্চ ন্যায়ালয়ে দিয়া নিৰ্দেশত বৃহস্পতিবাৰে উচ্চতম ন্যায়ালয়ে স্থগিত ৰাখিছে।

খবৰ অনুসৰি মাটি খালী কৰাৰ নিৰ্দেশ কাৰ্যকৰী হ’লে প্ৰায় ৫০ হাজাৰ লোক গৃহহীন হৈ পৰিব।

উচ্চতম ন্যায়ালয়ে কয় যে এই লোকসকলক “এদিনতে উচ্ছেদ নোৱাৰি”।

By editor

Leave a Reply

Your email address will not be published. Required fields are marked *