আৰক্ষীৰ জিম্মাৰ পলায়নৰ চেষ্টা চলাই গুলিবিদ্ধ আলফাৰ সন্দেহজনক লিংকমেন

মৰাণত ধনদাবীৰ অভিযোগত গ্ৰেপ্তাৰ হোৱা এজন অভিযুক্তই দেওবাৰে আৰক্ষীৰ জিম্মাৰ পৰা পলায়নৰ চেষ্টা কৰাৰ সময়তে আৰক্ষীৰ গুলীত আঘাতপ্ৰাপ্ত হয়।

ডিব্ৰুগড় জিলাৰ মৰাণ চক্ৰৰ অন্তৰ্গত খোৱাং অঞ্চলত এই ঘটনা সংঘটিত হয়।

আহত অভিযুক্তজনৰ নাম হেম চেতিয়া।

জানিব পৰা মতে, অভিযুক্তজনে নিষিদ্ধ সংগঠন আলফাৰ নামত ধন দাবী কৰি সেই ধন নিবলৈ অহাৰ সময়তে আৰক্ষীৰ হাতত কৰায়ত্ব হৈছিল।

By Pankaj

Leave a Reply

Your email address will not be published. Required fields are marked *