আমাৰ মাটি কোনেও লব নোৱাৰেঃ চীনা আগ্ৰাসনৰ মাজতে অৰুণাচল প্ৰদেশত মন্তব্য অমিত শ্বাহৰ

অৰুণাচলৰ সীমান্তৱৰ্তী কিবিথু গাঁৱত ভাষণ দি গৃহমন্ত্ৰী অমিত শ্বাহে কয় যে কোনেও ভাৰতৰ ভূমি দখল কৰিব নোৱাৰে।

গৃহমন্ত্ৰীগৰাকীৰ এই ভ্ৰমণক লৈ আপত্তি কৰি চীনে কয় যে সীমান্ত শান্তিৰ বাবে সেয়া ভাল নহয়।

ইয়াৰ পূৰ্বে ভাৰতে অৰুণাচল প্ৰদেশৰ কেইবাটাও স্থানৰ নাম সলনি কৰাৰ চীনা প্ৰচেষ্টাক নাকচ কৰি কয় যে উদ্ভাৱন কৰা নামে বাস্তৱক সলনি নকৰে।

By editor

Leave a Reply

Your email address will not be published. Required fields are marked *