আজি বিলকিছ, কাইলৈ আপুনি বা মই হ’ব পাৰেঃ ধৰ্ষণৰ দোষীক মুক্তি সন্দৰ্ভত মন্তব্য উচ্চতম ন্যায়ালয়ৰ…

বিলকিছ বানো ধৰ্ষণ গোচৰৰ দোষীক মুক্তিৰ বাবে গুজৰাট চৰকাৰক প্ৰশ্ন উত্থাপন কৰিছে উচ্চতম ন্যায়ালয়ে।

আদালতে কয় যে, “প্ৰশ্নটো হ’ল চৰকাৰে নিজৰ মন প্ৰয়োগ কৰিলে নেকি আৰু কি সামগ্ৰীয়ে ৰেমিছন প্ৰদানৰ সিদ্ধান্তৰ ভিত্তি গঠন কৰিলে।”

ন্যায়ালয়ে লগতে কয়, “আজি বিলকিছ। কাইলৈ আপুনি বা মই হ’ব পাৰে… কাৰণ নিদিলে আমি নিজৰ সিদ্ধান্ত নিজেই ল’ম।”

By editor

Leave a Reply

Your email address will not be published. Required fields are marked *