অসম-মেঘালয় সীমা বিবাদ বৈঠক

কামৰূপ জিলাৰ ছয়গাঁৱত বৃহস্পতিবাৰে কেইবাটাও গাৰো সংগঠনৰ এত গুৰুত্বপূৰ্ণ সভা অনুষ্ঠিত হয়। ছয়গাঁও বিধানসভা সমষ্টিৰ পাহাৰীয়া গাঁও শান্তিপুৰৰ ৰাজহুৱা খেলপথাৰত অনুষ্ঠিত হোৱা সভাখনত শেহতীয়াকৈ অসম আৰু মেঘালয় ৰাজ্যৰ সীমাবিবাদ সন্দৰ্ভত মুকলি আলোচনা হয় ।

সীমান্তত থকা গাৰো বসতি প্ৰধান গাঁও সমূহ অসমত থাকিব নে মেঘালয় ৰাজ্যৰ ভৌগোলিক সীমাৰ ভিতৰত থাকিব তাৰেই চলিছে আলোচনা ।

By editor

Leave a Reply

Your email address will not be published. Required fields are marked *