ৰাজ্যৰ নিবনুৱা যুৱক-যুৱতীলৈ আত্ম সংস্থাপনৰ বাবে ২ লাখকৈ টকা প্ৰদানৰ ঘোষণা মুখ্যমন্ত্ৰীৰ

ৰাজ্যৰ নিবনুৱা প্ৰতিজন যুৱক-যুৱতীৰ কাৰণে ভাল খবৰ।

নিবনুৱা যুৱক-যুৱতীৰ একাউণ্টত জমা হ’ব ২ লাখকৈ টকা।

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ডাঙৰ ঘোষণা। তিনিটা কিস্তিত পাব এই ধন।

ৰাজ্যৰ ২লাখ যুৱক-যুৱতীৰ আত্মসংস্থাপন দিয়া হ’ব!

তিনিটা কিস্তিত যুৱকসকলক দিয়া হ’ব ২লাখকৈ টকা, আৱেদনৰ কাম আৰম্ভ হৈছে।

যুৱক-যুৱতীৰ আত্মসংস্থাপনৰ বাবে হিমন্ত চৰকাৰৰ বিশেষ ঘোষণা।

উল্লেখ্য যে, ‘বেংকৰ গেৰাণ্টি নোহোৱাকৈ ২ লাখ যুৱক-যুৱতীৰ একাউণ্টত সোমাব ২ লাখকৈ টকা।’

ৰঙিয়াত অনুষ্ঠিত ‘বিকাশৰ এদিন’ কাৰ্যসূচীত এই মন্তব্য কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই৷

By editor

Leave a Reply

Your email address will not be published. Required fields are marked *