ৰাজ্যত প্ৰৱল বৰষুণৰ আগজাননী, কেইবাখনো জিলাত অৰেঞ্জ এলাৰ্ট জাৰি

ৰাজ্যত প্ৰৱল বৰুষণৰ আগজাননী। ভাৰতৰ বতৰ বিজ্ঞান বিভাগে আগন্তুক দুদিন অসমৰ লগতে উত্তৰ পূবৰ কেইবাখনো ৰাজ্যত ধাৰাসাৰ বৰষুণৰ সম্ভাৱনা ব্যক্ত কৰিছে।

তদুপৰি আই এম ডিয়ে বৃহস্পতিবাৰৰ বাবে ধুবুৰী, কোকৰাঝাৰ, চিৰাংকে ধৰি অসমৰ কেইবাখনো জিলাত অৰেঞ্জ এলাৰ্ট জাৰি কৰিছে।

ইফালে ২৫ আগষ্টৰ পৰা ২৬ আগষ্টলৈ কাৰ্বি আংলং আৰু গোলাঘাটৰ বাবে অৰেঞ্জ এলাৰ্ট জাৰি কৰা হৈছে।

By editor

Leave a Reply

Your email address will not be published. Required fields are marked *