৮ বছৰীয়া শিশুক যৌন নিৰ্যাতন! বিজেপি বিধায়কৰ বিৰুদ্ধে গ্ৰেপ্তাৰী পৰোৱানা আদালতৰ…

৮ বছৰীয়া শিশুক ধৰ্ষণৰ গোচৰত উত্তৰ প্ৰদেশৰ বিজেপিৰ বিধায়ক ৰামদুলাৰৰ বিৰুদ্ধে সোণভদ্ৰ আদালতে গ্ৰেপ্তাৰী পৰোৱানা জাৰি কৰিছে।

দুধী সমষ্টিৰ বিধায়কগৰাকীয়ে নাবালিকা ছোৱালীক ভাবুকি দি বাৰে বাৰে ধৰ্ষণ কৰাৰ অভিযোগ।

২০১৪ চনৰ নৱেম্বৰ মাহত ভুক্তভোগীৰ ভাতৃয়ে বাৰে বাৰে চমন দিয়াৰ পিছতো আদালতত হাজিৰ নোহোৱাৰ বাবে ৱাৰেণ্ট জাৰি কৰিছিল।

By Pankaj

Leave a Reply

Your email address will not be published. Required fields are marked *