মধ্যপ্ৰদেশৰ ব্যৱসায়িক নগৰী ইন্দোৰৰ স্বৰ্ণবাগ কলনীত সংঘটিত হোৱা বিধ্বংসী অগ্নিকাণ্ডত প্ৰাণ হেৰুৱালে ৭গৰাকী ব্যক্তিয়ে। কলনী দুমহীয়া এটা অট্টালিকাত সূত্ৰপাত হোৱা এই অগ্নিকাণ্ড অগ্নিদগ্ধ হৈছে ৯গৰাকীকৈ ব্যক্তি।
আৰক্ষীয়ে সদৰি কৰা মতে, শনিবাৰে পুৱা ৪-৫বজাৰ ভিতৰত এই অগ্নিকাণ্ডৰ সূত্ৰপাত হৈছিল। মৃতকৰ মাজত দুগৰাকী মহিলাও আছে।