সেন্ট জুডস কেন্সাৰৰ বিপক্ষে যুজ দিবলৈ শিশুসকলক উন্নত মানদণ্ডৰ যত্ন প্ৰদান কৰে

সেন্ট জুড ইণ্ডিয়া চাইল্ডকেয়াৰ চেণ্টাৰ কেন্সাৰৰ সৈতে যুজি থকা শিশুসকলক ঘৰৰ পৰা দুৰৈত এখন ঘৰ দিয়াৰ প্ৰচেষ্টা চলাইছে। এই শিশু সকল যথেষ্ট দুৰ আৰু সৰু সৰু গাঁওৰ পৰা আহে য’ত কেন্সাৰৰ চিকিৎসা সম্ভৱ নহয়। St. Jude য়ে তোওঁলোকক বিনামূলীয়া থকা খোৱাৰ ব্যৱস্থা আৰু লগতে সকলোধৰণৰ সুবিধাসমূহ যোগান ধৰে, যিটোয়ে তোওঁলোকৰ কেন্সাৰৰ লগত যুজাঁত সহায়ক হয়।

২০০৬ চনত শ্ৰীমতী শ্যামা আৰু শ্ৰীযুত নিহাল কবিৰতনে আৰু একাংশ আগ্ৰহী স্বেচ্ছাসেৱী লোকে এই অনুষ্ঠানটো আৰম্ভ কৰে। St. Jude জড়িত Tata Memorial Hospital, AIIMS New Delhi, Tata Memorial Centre, কলকাতা; Dr. B. Borooah Cancer Institute, Guwahati আৰু অন্যান্য চিকিৎসালয়ৰ লগত। ভাৰতবৰ্ষৰ ৯ খন মহানগৰীস্থিত চিকিৎসালয় সমূহৰ লগত আমি জড়িত হৈ আছো। আমি সকলো পৰিয়ালকে নিজস্ব কোঠা সা-সুবিধা আৰু যিটো তোওঁলোকে তেওঁলোকৰ থকা সময়ত ব্যৱহাৰ কৰিব পাৰে।

কেন্দ্ৰত আমি আগবহাও সমজুৱা জনসাধাৰণৰ ঠাই বা অধ্যয়নৰ ঠাই আৰু ৰাজহুৱা ৰান্ধনিঘৰ আৰু আহাৰ গ্ৰহণ কৰা কক্ষ। প্ৰত্যেক পৰিয়ালক নিজস্ব গেছৰ চৌকা আৰু খাদ্য সামগ্ৰী প্ৰতি সপ্তাহত যোগান দিয়া হয়। St. Jude ত বৰ্তমান ৪০ টা কেন্দ্ৰ আৰু ৫০০ পৰিয়ালক কোঠা যোগান ধৰা হয়। ৯ খন মহানগৰীত – মুম্বাই, কলকাতা, হায়দৰাবাদ, জয়পুৰ, চেন্নাই, ভেলোৰ, গুৱাহাটী, দিল্লী আৰু বাৰাণসী

.

By Business Correspondent

Leave a Reply

Your email address will not be published. Required fields are marked *