মোদী কেবিনেটৰ গুৰুত্বপূৰ্ণ সিদ্ধান্তঃ ৰন্ধন গেছৰ উজ্বলা আঁচনিৰ হিতাধিকাৰীৰ ৰাজসাহায্য ৩০০ টকালৈ বৃদ্ধি

মোদী কেবিনেটৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত।

উজ্জ্বলা আঁচনিৰ হিতাধিকাৰীসকলৰ বাবে ৰন্ধন গেছৰ চিলিণ্ডাৰৰ ৰাজসাহায্য ২০০ টকাৰ পৰা ৩০০ টকালৈ বৃদ্ধি।

ৰাখী বন্ধন উপলক্ষে কেবিনেটে এল পি জিৰ মূল্য ২০০ টকা হ্ৰাস কৰাৰ কথা ঘোষণা কৰিছিল।

আজি উজ্জ্বলাৰ হিতাধিকাৰীৰ বাবে ধনৰাশি ২০০ টকাৰ পৰা ৩০০ টকালৈ বৃদ্ধি কৰা হৈছে।

অৰ্থাৎ উজ্জ্বলা আঁচনিৰ হিতাধিকাৰীসকলে এতিয়া ৬০০ টকাত গেছ চিলিণ্ডাৰ লাভ কৰিব।

By editor

Leave a Reply

Your email address will not be published. Required fields are marked *